বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা
From Wikipedia, the free encyclopedia
From Wikipedia, the free encyclopedia
বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা এটা ইণ্ডো-আৰ্য ভাষা। ভাৰতৰ মূলতঃ অসম, ত্ৰিপুৰা, মণিপুৰ আদি ৰাজ্য, বাংলাদেশৰ চিলেট অঞ্চল, ম্যানমাৰ আদি দেশত এই ভাষাটো প্ৰচলিত। বিষ্ণুপ্ৰিয়া মনিপুৰী লোকসকলে নিজৰ ভাষাক ইমাৰ ঠাৰ বা মাতৃভাষা বোলে। এই ভাষা লিখিবৰ বাবে অসমীয়া-বঙালী লিপিৰ ব্যৱহাৰ কৰা হয়। বিষ্ণুপ্ৰিয়া মণিপুৰীত বঙালী 'ব়' আৰু অসমীয়া 'ৱ' ব্যৱহাৰ কৰা হয়।
ৱিকিপিডিয়া, মুক্ত বিশ্বকোষখনৰ বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ সংস্কৰণ |
বিষ্ণুপ্ৰিয়া মণিপুৰী | |
---|---|
বিষ্ণুপ্ৰিয়া মণিপুব়ী ঠাব় / ইমাব় ঠাব় | |
অঞ্চল | উত্তৰ-পূৰ্বাঞ্চল ভাৰত, বাংলাদেশ, ম্যানমাৰ আদি |
জাতীয়তা | বিষ্ণুপ্ৰিয়া মণিপুৰী লোক |
স্থানীয় ভাষিক |
১,২০,০০০ (2001–2003)[1] |
ভাষা পৰিয়াল |
ইণ্ডো-ইউৰোপীয় ভাষা
|
লিখন প্ৰণালী | অসমীয়া-বঙালী লিপি |
ভাষা সংকেত | |
ISO 639-3 | bpy |
গ্লোটোলগ | bish1244 [2] |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.