![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/c/c1/Stamp_UK_Penny_Red_pl148.jpg/640px-Stamp_UK_Penny_Red_pl148.jpg&w=640&q=50)
ফিলাটেলি
From Wikipedia, the free encyclopedia
ফিলাটেলি (ইংৰাজী: philately, /fɪˈlætəliː/ fi-la-tə-lee) হৈছে ডাক টিকট, ডাক বিভাগৰ বুৰঞ্জী আৰু এই সম্পৰ্কীয় বিষয়ৰ এক সমূহিক অধ্যয়ন। কেৱল ডাক টিকট সংগ্ৰহ কৰাৰ উপৰিও ফিলাটেলিৰ অন্য গুৰুত্ব আছে। নগণ্য সংখ্যক বা কোনো ডাক টিকটৰ গৰাকী নোহোৱকৈও ফিলটেলিষ্ট হ'ব পাৰি। উদাহৰণ স্বৰূপে অধ্যয়নমূলক ডাক টিকটৰ কিছুসংখ্যক অতি দুৰ্লভ হ'ব পাৰে অথবা কোনো সংগ্ৰহালয়ত স্ংৰক্ষিত হ'ব পাৰে।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/c/c1/Stamp_UK_Penny_Red_pl148.jpg/320px-Stamp_UK_Penny_Red_pl148.jpg)