প্ৰদ্যুৎ কুমাৰ ডেকা
ভাৰতৰ চলচ্চিত্ৰ পৰিচালক / From Wikipedia, the free encyclopedia
প্ৰদ্যুৎ কুমাৰ ডেকা ( ইংৰাজী: Prodyut Kumar Deka ; জন্ম: ১৮ এপ্ৰিল ১৯৭৮) এজন অসমৰ চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু লেখক। তেওঁৰ ছবিসমূহৰ ভিতৰত আছে ধুনীয়া তিৰোতাবোৰ (২০০৯), সমীৰণ বৰুৱা আহি আছে (২০১২), সুৰ্য্যাস্ত (২০১৩), বৰশী (২০১৪)। গুৱাহাটীৰ আমবাৰী পুৰাতাত্বিক ক্ষেত্ৰৰ আধাৰত নিৰ্মিত ‘এনথ্ৰপলজিকেল আমবাৰী' ছিৰিজৰ জৰিয়তে তেওঁ ২০১৬-১৭ চনলৈ ক্ৰমান্বয়ে ইংৰাজী কল্পকাহিনী লিখাৰ ফালে ধাবিত হয়।[1]
ক্ষিপ্ৰ তথ্য প্ৰদ্যুৎ কুমাৰ ডেকা, জন্ম ...
প্ৰদ্যুৎ কুমাৰ ডেকা | |
---|---|
জন্ম | ১৮ এপ্ৰিল ১৯৭৮ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | চলচ্চিত্ৰ পৰিচালক |
উল্লেখযোগ্য কৰ্ম | সমীৰণ বৰুৱা আহি আছে |
পিতৃ-মাতৃ | পৱিত্ৰ কুমাৰ ডেকা (পিতৃ) |
বন্ধ কৰক