প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন
From Wikipedia, the free encyclopedia
প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন (ইংৰাজী: Defence Research and Development Organisation চমুকৈ DRDO, হিন্দী: रक्षा अनुसंधान एवं विकास संघठन) হ'ল ভাৰতৰ ৰক্ষা সম্বন্ধীয় গৱেষণাৰ কাৰ্যকলাপৰ লগত জড়িত এটি সংস্থা। নতুন দিল্লীত এই সংস্থাৰ কাৰ্যালয় অৱস্থিত। ১৯৫৮ চনত প্ৰযুক্তি উন্নয়ন প্ৰতিষ্ঠান (Technical Development Establishment), প্ৰযুক্তি উন্নয়ন তথা উৎপাদন সঞ্চালকালয় (Directorate of Technical Development and Production) আৰু প্ৰতিৰক্ষা বিজ্ঞান সংগঠন (Defence Science Organisation)ৰ সংযুক্তিৰ মাধ্যমত এই সংস্থা প্ৰতিষ্ঠিত হয়।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য সংস্থাৰ ৰূপৰেখা, গঠন ...
সংস্থাৰ ৰূপৰেখা | |
---|---|
গঠন | 1958 |
মুখ্য কাৰ্যালয় | ডি.আৰ.ডি.ও. ভৱন, নতুন দিল্লী |
কৰ্মচাৰী | 30,000 (প্ৰায় 5,000 বিজ্ঞানী) |
বাৰ্ষিক বাজেট | ₹14,818.74 কৌটি |
দায়বদ্ধ মন্ত্ৰী | নিৰ্মলা সীতাৰমণ, প্ৰতিৰক্ষা মন্ত্ৰণালয়, ভাৰত চৰকাৰ |
সংস্থাৰ কাৰ্যবাহী | ডঃ এছ. ক্ৰীষ্টোফাৰ[1], Secretary, Department of Defence R&D & Director General DRDO |
ৱেবছাইট | www |
বন্ধ কৰক