![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/b/b0/East_Kameng_in_Arunachal_Pradesh_%2528India%2529.svg/langas-640px-East_Kameng_in_Arunachal_Pradesh_%2528India%2529.svg.png&w=640&q=50)
পূব কামেং জিলা
ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন জিলা / From Wikipedia, the free encyclopedia
পূব কামেং জিলা (East Kameng district /ˈkæmɛŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাখনৰ আন্তৰাষ্ট্ৰীয় সীমা তিব্বতত আৰু অন্য অংশ অৰুণাচলৰ জিলা পশ্চিম কামেং, পাপুমপাৰে আৰু কুৰুং কুমেইৰ সীমান্ত স্পৰ্শ কৰিছে৷ এই জিলাৰ সদৰ ঠাই চেপ্পা আৰু জিলাৰখনৰ সংখ্যাগৰিষ্ঠ অধিবাসী নিচি জনজাতিৰ৷
ক্ষিপ্ৰ তথ্য পূব কামেং জিলা, দেশ ...
পূব কামেং জিলা | |
---|---|
— অৰুণাচল প্ৰদেশৰ জিলা — | |
![]() |
|
দেশ | ![]() |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
স্থাপিত | ১ জুন ১৯৮০ (1980-06-01) |
সদৰ | চেপ্পা |
মহকুমা | চেপ্পা, চায়াংটাজ’ |
চৰকাৰ | |
- লোকসভা সমষ্টি | অৰুণাচল পশ্চিম |
- বিধানসভা সমষ্টি | ৫টা (বামেং, চায়াংটাজ’, পূব চেপ্পা, পশ্চিম চেপ্পা, পাকে-কেছাঙো) |
মাটিকালি | |
- মুঠ | ৪,১৩৪ কি.মি.২ (১,৫৯৬.১ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ৭৮,৪১৩ জন |
- জনঘনত্ব | ১৯ প্ৰতি বৰ্গ কি.মি. (৪৯.১ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৬২.৫%[1] |
- লিংগ অনুপাত | ১০১২[1] |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক