পুলস্ত্য
From Wikipedia, the free encyclopedia
পৌৰাণিক হিন্দু কাহিনী অনুসৰি পুলস্ত্য (হিন্দী: पुलस्त्य; ইংৰাজী: Pulastya) আছিল ব্ৰহ্মাৰ দশ মানস পুত্ৰ তথা দশ প্ৰজাপতিৰ এজন[2] আৰু তেওঁ আছিল এজন সপ্তৰ্ষিৰ (সাতজন মহা ঋষি) প্ৰথম মানৱতাৰ।[3]
ক্ষিপ্ৰ তথ্য ঋষি পুলস্ত্য, দেৱনাগৰী ...
ঋষি পুলস্ত্য | |
---|---|
সপ্তৰ্ষি-ৰ সদস্য | |
দেৱনাগৰী | पुलस्त्य |
সম্পৰ্ক | হবিৰ্ভূ (পত্নী)[1] |
নিবাস | লংকা |
গ্ৰহ | পৃথিৱী |
পিতৃ-মাতৃ | ব্ৰহ্মা (পিতৃ) |
সহোদৰ | সপ্তৰ্ষি |
সন্তান | ঋষি বিশ্ৰবা, অগস্ত্য মুনি, ৰাক্ষসগণ, কিন্নৰ |
বন্ধ কৰক
মহাভাৰতৰ অনুসৰি, ৰাক্ষসকুল আৰু কিন্নৰকুল উভয়ে আছিল মুনি পুলস্ত্যৰ সন্তান।