পাশ্বায়ী ভাষা
From Wikipedia, the free encyclopedia
পাশ্বায়ী ভাষা (پشه اې ژبه) এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি উত্তৰ-পূব আফগানিস্তানৰ কপীচ, লঘমন, ননগঢ়ৰ, নূৰিস্তান, কুনাৰ আৰু কাবুল অঞ্চলত ব্যৱহাৰ কৰা হয়।[2]
ক্ষিপ্ৰ তথ্য Pashayi, থলুৱা অঞ্চল ...
Pashayi | |
---|---|
Pashai | |
زبان پشهای Zabân Pašhây | |
Pashayi in Nastaliq | |
থলুৱা অঞ্চল | Afghanistan |
জাতীয়তা | Pashayi people |
স্থানীয় ভাষিক |
সাঁচ:Sigfig (2000–2011)e18 |
ভাষা পৰিয়াল |
Indo-European
|
লিখন প্ৰণালী | Persian alphabet |
ভাষা সংকেত | |
ISO 639-3 | Variously: aee – Northeastern glh – Northwestern psi – Southeastern psh – Southwestern |
গ্লোটোলগ | pash1270 [1] |
লিংগোৱাস্ফেয়াৰ | 59-AAA-a |
Linguistic map of Afghanistan; Pashayi is spoken in the purple area in the east. |
বন্ধ কৰক
২০০৩ চনৰ আগলৈকে এই ভাষাৰ কোনো লিখিত ৰূপ নাছিল।[3] এই ভাষাৰ উপভাষাসমূহৰ চাৰি মুখ্য প্ৰকাৰ আছে, যি পৰস্পৰৰ মাজত বোধগম্য নহয়। এই প্ৰকাৰসমূহৰ মাজত কেৱল ৩০%হে শাব্দিক সামঞ্জস্য আছে।[4]
- উত্তৰপূৰ্বী: অৰেত, চলছ, কণ্ডক, কোৰংগাই, কুৰডৰ
- উত্তৰ্পশ্চিমীয়া: অলচই, বোলঘাইন, গুলবহাৰ, কোহনাদেহ, লাউৰ'ৱান, নাজিল, নংগৰচ, পচগন, পণ্ডউ, পৰঝগন, পাশ্বাগৰ, চঞ্জন, শ্বামাকোট, শ্বুটুল, উজবিন, ৱাডাউ
- দক্ষিণ-পশ্চিম: ডমেঞ্চ, লঘমানি, চুম, উজনী আৰু নামনি দৰঈ নূৰ, ৱেগালী
- দক্ষিণ-পশ্চিম: ইশ্পি, ইস্কেন, টগঊ
এই ভাষাৰ ব্যাকৰণ এখন ডক্টৰেল গৱেষণাগ্ৰন্থ হিচাপে ২০১৪ চনত লিখা গৈছিল।[5]