পাভৈ অভয়াৰণ্য
From Wikipedia, the free encyclopedia
From Wikipedia, the free encyclopedia
পাভৈ অভয়াৰণ্য লক্ষীমপুৰ জিলাত অবস্থিত এখন অভয়াৰণ্য। ইয়াৰ মাটিকালি ৪৯ বৰ্গ কি.মি.। ই ঘাঁহনি, দলনি, পিতনি, বেতনি আৰু মিশ্ৰ চিৰসেউজ অৰণ্যশ্ৰেণীৰ দ্বাৰা গঠিত। বনৰীয়া ম'হ, হলৌ বান্দৰ আৰু হাতীৰ বাবে এই অভয়াৰণ্য বিখ্যাত।[1]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.