পাত্কাইৰ সিপাৰে ন বছৰ
পূৰ্ণকান্ত বুঢ়াগোহাঞিৰ দ্বাৰা লিখিত গ্ৰন্থ / From Wikipedia, the free encyclopedia
পাত্কাইৰ সিপাৰে ন বছৰ পূৰ্ণকান্ত বুঢ়াগোহাঞিৰ দ্বাৰা লিখিত এখন গ্ৰন্থ। গ্ৰন্থখনৰ পাণ্ডুলিপি স্বাধীনতাৰ পূৰ্বে প্ৰস্তুত কৰা হ’লেও প্ৰথম গ্ৰন্থাকাৰে প্ৰকাশ পায় ১৯৯৩ চনত। প্ৰথম প্ৰকাশক পূৰ্বাঞ্চল তাই সাহিত্য সভা। গ্ৰন্থখন দ্বিতীয় সংস্কৰণ নক্সা প্ৰকাশনৰ পৰা ২০২১ চনত পুনৰ প্ৰকাশ পায়। গ্ৰন্থখনৰ পাণ্ডুলিপি পৰ্যায়ত নাম দিয়া আছিল পূব দেশ ভ্ৰমণ নামেৰে। সুদীৰ্ঘ ৩৫ বছৰৰ পাছত ছপা ৰূপ দিওঁতে সম্পাদক পুস্প গগৈয়ে নামটো সলাই পাত্কাইৰ সিপাৰে ন বছৰ কৰি দিয়ে।[1]
ক্ষিপ্ৰ তথ্য পাত্কাইৰ সিপাৰে ন বছৰ, লেখক ...
পাত্কাইৰ সিপাৰে ন বছৰ | |
---|---|
লেখক | পূৰ্ণকান্ত বুঢ়াগোহাঞি |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
বিষয় | ভ্ৰমণ কাহিনী |
প্ৰকাশক | পূৰ্বাঞ্চল তাই সাহিত্য সভা |
প্ৰকাশ | ১৯৯৩ |
মিডিয়া প্ৰকাৰ | ছপা (কেঁচাবন্ধা) |
বন্ধ কৰক