From Wikipedia, the free encyclopedia
পশুকামিতা ( ইংৰাজী: Zoophilia) বা পাশ্বাচাৰ (ইংৰাজী: Bestiality) হৈছে মানুহ আৰু প্ৰাণীৰ মাজত আন্তঃপ্ৰজাতি-যৌন কাৰ্য্যকলাপ। কিন্তু কিছুমান গৱেষকে আকৰ্ষণ (পশুকামিতা) আৰু যৌনক্ৰিয়া (পাশ্বাচাৰ)ৰ মাজত বিভাজন ৰেখা তৈয়াৰ কৰিছে।[1] যদিও কিছুমান দেশত জীৱ-জন্তুৰ সৈতে সংগম নিষিদ্ধ নহয়, তথাপিও বেছিভাগ দেশতে পশু নিৰ্যাতন, পায়ুকামিতা বা প্ৰকৃতি বিৰোধী পাশ্বাচাৰ আইন মতে অবৈধ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.