নেলছন মেণ্ডেলা
দক্ষিণ আফ্ৰিকাৰ ৰাজনীতিবিদ / From Wikipedia, the free encyclopedia
নেলছন ৰোলিহলাহলা মেণ্ডেলা (ইংৰাজী: Nelson Rolihlahla Mandela, জন্ম: ১৮ জুলাই, ১৯১৮) বা চমুকৈ নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ এগৰাকী ৰাজনৈতিক ব্যক্তি আছিল যিজনে ৰাষ্ট্ৰপতি হিচাপে ১৯৯৪ চনৰ পৰা ১৯৯৯ চনলৈ কাৰ্য্যভাৰ চলাইছিল। দক্ষিণ আফ্ৰিকাত তেওঁ মাডিবা (Madiba) আৰু টাটা (Tata) নামেৰেও জনাজাত আছিল[1]। তেওঁ ১৯৯৩ চনত ন'বেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। মেণ্ডেলাই তেওঁৰ জীৱনত ২৫০ টাতকৈও অধিক বঁটা লাভ কৰিছিল[উদ্ধৃতিৰ প্ৰয়োজন]। তেওঁ দক্ষিণ আফ্ৰিকাৰ নেচনেল কংগ্ৰেছৰ নেতা আছিল।[2]
ক্ষিপ্ৰ তথ্য নেলছন মেণ্ডেলা, প্ৰথম দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি ...
নেলছন মেণ্ডেলা | |
---|---|
নেলছন মেণ্ডেলা ২০০৮ চনৰ মে' মাহত জোহানছবাৰ্গত | |
প্ৰথম দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি | |
কাৰ্যকাল ১০ মে' ১৯৯৪ (1994-05-10) – ১৬ জুন ১৯৯৯ (1999-06-16) | |
সহকাৰী | Thabo Mbeki F. W. de Klerk |
পূৰ্বসূৰী | F. W. de Klerk (State President) |
উত্তৰসূৰী | Thabo Mbeki |
11th President of the African National Congress | |
কাৰ্যকাল 7 July 1991 – 20 December 1997 | |
সহকাৰী | Walter Sisulu Thabo Mbeki |
পূৰ্বসূৰী | Oliver Tambo |
উত্তৰসূৰী | Thabo Mbeki |
19th Secretary General of the Non-Aligned Movement | |
কাৰ্যকাল 2 September 1998 – 16 June 1999 | |
পূৰ্বসূৰী | Andrés Pastrana Arango |
উত্তৰসূৰী | Thabo Mbeki |
ব্যক্তিগত তথ্য | |
জন্ম | Rolihlahla Mandela ১৮ জুলাই, ১৯১৮ Mvezo, Cape Province, South Africa |
মৃত্যু | ০৫ ডিচেম্বৰ, ২০১৩ (৯৫ বছৰ) Johannesburg, Gauteng, South Africa |
মৃত্যুৰ কাৰণ | Respiratory infection |
সমাধিস্থল | Mandela Graveyard Qunu, Eastern Cape, South Africa |
ৰাজনৈতিক দল | African National Congress |
আন ৰাজনৈতিক সম্পৰ্ক |
South African Communist Party |
দাম্পত্যসঙ্গী |
|
সন্তান | 6 (including Makgatho, Makaziwe, Zenani and Zindziswa) |
পিতৃ-মাতৃ | Nosekeni Fanny Gadla Henry Mphakanyiswa |
শিক্ষানুষ্ঠান |
|
পেচা |
|
জনা যায় | বৰ্ণবৈষম্য নীতি বিৰোধী আন্দোলন |
বঁটা |
|
Notable work(s) | Long Walk to Freedom |
ৱেবছাইট | nelsonmandela |
আন নাম |
|
বন্ধ কৰক