![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/2/27/Nushrratt_Bharuccha_snapped_during_the_promotions_of_%2527Janhit_Mein_Jaari%2527_%25283%2529.jpg/640px-Nushrratt_Bharuccha_snapped_during_the_promotions_of_%2527Janhit_Mein_Jaari%2527_%25283%2529.jpg&w=640&q=50)
নুশ্ৰট ভাৰুচ্চা
ভাৰতীয় অভিনেত্ৰী / From Wikipedia, the free encyclopedia
নুশ্ৰট ভাৰুচ্চা (ইংৰাজী: Nushratt Bharuccha; জন্ম: ১৭ মে' ১৯৮৫)[1] এগৰাকী ভাৰতীয় অভিনেত্ৰী যি হিন্দী চলচ্চিত্ৰত কাম কৰে। শিল্পীগৰাকীয়ে লভ চেক্স ঔৰ ধোখা, প্যাৰ কা পঞ্চনামা, প্যাৰ কা পঞ্চনামা ২, সোণু কে টিটু কি ছুইটি, ড্ৰিম গাৰ্ল, চোৰী, অজীব দাস্তানছ, জানহিত মেইন জাৰি আদি ছবিত অভিনয় কৰিছে।
ক্ষিপ্ৰ তথ্য নুশ্ৰট ভাৰুচ্চাNushrratt Bharuccha, জন্ম ...
নুশ্ৰট ভাৰুচ্চা Nushrratt Bharuccha | |
---|---|
![]() ২০২২ চনত ভাৰুচ্চা | |
জন্ম | নুশ্ৰট ভাৰুচ্চা ১৭ মে', ১৯৮৫ (৩৮ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ২০০২–বৰ্তমান |
বন্ধ কৰক