নীলমণি ফুকন (ইংৰাজী: Nilmoni Phukan; ২২ জুন, ১৮৮০-২০ জানুৱাৰী, ১৯৭৮) [1] হৈছে অসমীয়া সাহিত্যত ককা উপনামেৰে জনাজাত এগৰাকী প্ৰাতঃস্মৰণীয় সাহিত্যিক, তথা একাধাৰে এগৰাকী ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী। তেওঁৰ ভাষাৰ ওজস্বীতা আৰু বাগ্মীতাৰ বাবে বাগ্মীবৰ পোছাকী সম্ভাষণ দিয়া হৈছিল। তেওঁৰ কবিতাসমূহত ৰহস্য সন্ধানী ভাবৰ পৰিচয় ঘটাৰ লগতে মানৱ প্ৰেম তথা সৌন্দৰ্য অনুভূতিৰ প্ৰকাশো দেখা পোৱা যায়। তেওঁৰ প্ৰায়বোৰ কবিতাই আছিল ছনেট গঢ়ী।

ক্ষিপ্ৰ তথ্য নীলমণি ফুকন (জ্যেষ্ঠ), জন্ম ...
নীলমণি ফুকন (জ্যেষ্ঠ)

নীলমণি ফুকনৰ স্মৃতিত প্ৰকাশিত ডাকটিকট
জন্ম ২২ জুন, ১৮৮০
ডিব্ৰুগড়, অসম, ভাৰত
মৃত্যু ২০ জানুৱাৰী, ১৯৭৮ (৯৭ বছৰ)
পেচা সাহিত্যিক, ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী
বন্ধ কৰক

জন্ম

১৮৮০ জুন মাহ ডিব্ৰুগড়। পিতৃ লম্বোদৰ ফুকন। মাতৃ চন্দ্ৰাৱলী। শিক্ষা ডিব্ৰুগড়ৰ বঙলা স্কুলৰ পৰা এণ্ট্ৰেন্স (১৯০০) স্কুলিয়া শিক্ষা ডিব্ৰুগড়ত। পিতৃ লম্বোদৰ ফুকন

শিক্ষা

কলিকতাতপ্ৰেচিডেন্সি কলেজ, কটন কলেজৰ পৰা এফ এ (১৯০৫)। কোচবিহাৰ ভিক্টোৰিয়া কলেজৰ পৰা বি এ (১৯০৭), কলিকতাতৰ পৰা অসমাপ্ত আইন শিক্ষা

কৰ্মজীৱন

ডিব্ৰুগড় জৰ্জ ইন্সটিউটৰ প্ৰধান শিক্ষক (১৯১১-১৯২৫), আসাম লেজিছলেটিভ কাউন্সিলৰ সভ্য(১৯২১-১৯২৭),অসম এছেম্বলীৰ সভ্য (১৯৪৮-৫৭), নীলমণি চাহ বাগিচা (১৯২৮),সম্পাদক সাদিনীয়া বাতৰি (১৯৩১-৩৬)। ন জোন(১৯৩৪),আলোচনী, অসমীয়া দৈনিক বাতৰি কাকত ‘দৈনিক বাতৰি’ৰ প্ৰথম সম্পাদক।

ৰচনা

জ্যোতিকণা(১৯৩৮), সাহিত্যকলা(১৯৪০), জয়াতীৰ্থ(১৯৪১), চিন্তামনি(১৯৪২), মানসী(১৯৪৩), গুটিমালী(১৯৫০), জিঞ্জিৰি(১৯৫১), মহাপুৰুষীয়া ধৰ্ম, অমিত্ৰা(১৯৫২), সন্ধানী(১৯৫৩), শতধাৰা(১৯৬২), মৰ্মবাণী(১৯৬৩), আহুতি, তৰুণ অসম, মৰা ডালত কুঁহিপাত, তুমিনো নোহোৱা কি?

সন্মান আৰু স্বীকৃতি

মৃত্যু

১৯৭৮ চন

তথ্য সংগ্ৰহ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.