নিৰ্মলা সীতাৰমন
ভাৰতীয় অৰ্থনীতিবিদ আৰু ৰাজনীতিবিদ / From Wikipedia, the free encyclopedia
নিৰ্মলা সীতাৰমন (ইংৰাজী: Nirmala Sitharaman; জন্ম ১৮ আগষ্ট ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। তেওঁ ২০১৬ চনৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্য নিৰ্বাহ কৰি আছে। তেওঁ ইন্দিৰা গান্ধীৰ পিছত দ্বিতীয় গৰাকী মহিলা ৰক্ষা মন্ত্ৰী। তেওঁ বিত্ত আৰু কৰ্পোৰেট বিভাগৰ ৰাজ্যিক মন্ত্ৰী আৰু বাণিজ্য আৰু উদ্যোগ বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী আছিল। ইয়াৰ আগতে তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰবক্তা হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল।[7]
ক্ষিপ্ৰ তথ্য নিৰ্মলা সীতাৰমন, ভাৰতৰ বিত্ত মন্ত্ৰী ...
নিৰ্মলা সীতাৰমন | |
---|---|
ভাৰতৰ বিত্ত মন্ত্ৰী | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ৩০ মে' ২০১৯ | |
ৰাষ্ট্ৰপতি | ৰাম নাথ কোৱিন্দ |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | অৰুণ জেটলি |
ভাৰতৰ কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ৩০ মে' ২০১৯[1] | |
ৰাষ্ট্ৰপতি | ৰাম নাথ কোৱিন্দ |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | অৰুণ জেটলি |
ভাৰতৰ ৰক্ষা মন্ত্ৰী | |
কাৰ্যকাল ৩ ছেপ্টেম্বৰ ২০১৭ – ৩০ মে' ২০১৯ | |
ৰাষ্ট্ৰপতি | ৰাম নাথ কোৱিন্দ |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | অৰুণ জেটলি |
উত্তৰসূৰী | ৰাজনাথ সিং |
ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী[2] | |
কাৰ্যকাল ২৬ মে' ২০১৪ – ৩ ছেপ্টেম্বৰ ২০১৭ | |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | আনন্দ শৰ্মা |
উত্তৰসূৰী | সুৰেশ প্ৰভু |
ৰাজ্যসভাৰ সাংসদ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১ জুলাই ২০১৬ | |
পূৰ্বসূৰী | ভেংকাইয়া নাইডু, ভাজাপা |
সমষ্টি | কৰ্ণাটক[3] |
কাৰ্যকাল ২৬ জুন ২০১৪ – ২১ জুন ২০১৬ | |
পূৰ্বসূৰী | এন জনাৰ্দন ৰেড্ডী, কং |
উত্তৰসূৰী | সুৰেশ প্ৰভু |
সমষ্টি | অন্ধ্ৰপ্ৰদেশ |
ব্যক্তিগত তথ্য | |
জন্ম | ১৮ আগষ্ট, ১৯৫৯ (৬৪ বছৰ) মাদুৰাই, মাদ্ৰাজ ষ্টেট, ভাৰত (বৰ্তমান তামিলনাডু) |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
দাম্পত্যসঙ্গী | পৰাকলা প্ৰভাকৰ (বি. ১৯৮৬)[4] |
সন্তান | ১ |
বাসস্থান | হায়দৰাবাদ, তেলঙ্গানা, ভাৰত[5][6] |
শিক্ষানুষ্ঠান | সীতালক্ষ্মী ৰামস্বামী মহাবিদ্যালয়, তিৰুচিৰাপল্লী জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় |
বন্ধ কৰক