মুনীন বৰুৱা পৰিচালিত অসমীয়া কথাছবি From Wikipedia, the free encyclopedia
নায়ক হৈছে ২০০১ চনত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ ৰোমাণ্টিক ড্ৰামা। চলচ্চিত্ৰ খন পৰিচালনা কৰিছিল মুনিন বৰুৱাই আৰু প্ৰযোজনা কৰিছিল মেৰী লস্কৰে পূজা মোশ্যন পিকচাৰ্ছৰ বেনাৰত। সংগীত পৰিচালনা আছিল জুবিন গাৰ্গৰ। মুখ্য ভূমিকাত অভিনয় কৰিছিল যতীন বৰা, ৰবি শৰ্মা আৰু জেৰিফা ৱাহিদ। এই চলচ্চিত্ৰখনৰ বাবে মুনিন বৰুৱাই সেই বৰ্ষৰ “শ্ৰেষ্ঠ পৰিচালক” ৰ বঁটা লাভ কৰিছিল।[3][4]
নায়ক | |
---|---|
পৰিচালক | মুনিন বৰুৱা |
চিত্ৰনাট্য | মুনিন বৰুৱা |
কাহিনী | মুনিন বৰুৱা |
প্ৰযোজক | মেৰী লস্কৰ |
অভিনয়ত | যতীন বৰা ৰবি শৰ্মা জেৰিফা ৱাহিদ |
চিত্ৰগ্ৰহণকাৰী | মৃণাল কান্তি দাস |
সম্পাদনা | এ শ্ৰীকৰ প্ৰসাদ |
সংগীত পৰিচালক | জুবিন গাৰ্গ |
পৰিবেশক | পূজা মোশ্যন পিকচাৰ্ছ |
মুক্তি |
৩০ নৱেম্বৰ, ২০০১ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
বাজেট | ₹ ১.৫০ লাখ [1] |
সৰ্বমুঠ আয় | ₹ ৫৭ লাখ [2] |
নায়ক | ||||
---|---|---|---|---|
চলচ্চিত্ৰ সংগীত | ||||
মুক্তি | ২০০১ | |||
শৈলী/ধৰণ | বোলছবি সংগীত | |||
ভাষা | অসমীয়া | |||
লেবেল | পূজা মোশ্যন পিকচাৰ্ছ এন. কে. প্ৰডাকচন | |||
পৰিচালক | জুবিন গাৰ্গ | |||
প্ৰযোজক | মেৰী লস্কৰ | |||
জুবিন গাৰ্গ কালক্ৰম | ||||
|
চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে। গীতৰ কথা আছিল হেমন্ত দত্ত, জুবিন গাৰ্গ আৰু দিগন্ত ভাৰতীৰ। কণ্ঠশিল্পী সকল আছিল জুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ, শাশ্বতী ফুকন, অৰ্ণৱ ভট্টাচাৰ্য্য, ছান আৰু পামেলা জৈন।
গীতৰ তালিকা | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | গায়ক/গায়িকা | দৈৰ্ঘ্য | ||||||
1. | "মতলীয়া বতাহে" | হেমন্ত দত্ত | জুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ | |||||||
2. | "লাহে লাহে" | দিগন্ত ভাৰতী | জুবিন গাৰ্গ, শাশ্বতী ফুকন | |||||||
3. | "মনতে নো আজি" | জুবিন গাৰ্গ | জুবিন গাৰ্গ, অৰ্ণৱ ভট্টাচাৰ্য্য | |||||||
4. | "কিনো সুৰীয়া" | হেমন্ত দত্ত | জুবিন গাৰ্গ, পামেলা জৈন | |||||||
5. | "নায়ক হ'ব'" | হেমন্ত দত্ত | জুবিন গাৰ্গ | |||||||
6. | "মন গহনত" | জুবিন গাৰ্গ | জুবিন গাৰ্গ, ছান, পামেলা জৈন | |||||||
7. | "(থীম) নায়ক" | জুবিন গাৰ্গ | জুবিন গাৰ্গ |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.