ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি From Wikipedia, the free encyclopedia
ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। ২০১৪ বৰ্ষত নিম্নোক্ত সকললৈ এই বঁটা আগবঢ়োৱা হৈছে।
# | শাখা | আলোকচিত্ৰ | বিজেতা | নাগৰিকত্ব | অৱদান |
---|---|---|---|---|---|
১ | পদাৰ্থ বিজ্ঞান | লিঅ'ন এম. লিডাৰমেন (Leon M. Lederman) |
আমেৰিকা যুক্তৰাষ্ট্ৰ | নিউট্ৰিন' ৰশ্মি পদ্ধতিৰ আৱিষ্কাৰ আৰু মিউঅ'ন নিউট্ৰিন'ৰ আৱিষ্কাৰৰ দ্বাৰা লেপ্টনৰ দ্বৈত গঠন প্ৰমাণিত কৰাৰ বাবে (""for the neutrino beam method and the demonstration of the doublet structure of the leptons through the discovery of the muon neutrino"") | |
মেল্ভিন শ্বোৱাৰ্ট্জ (Melvin Schwartz) |
আমেৰিকা যুক্তৰাষ্ট্ৰ | ||||
জেক ষ্টেইনবাৰ্জাৰ (Jack Steinberger) |
জাৰ্মানী আমেৰিকা যুক্তৰাষ্ট্ৰ ছুইজাৰলেণ্ড | ||||
২ | ৰসায়ন বিজ্ঞান | জোহান ডেইজেন্হ'ফাৰ (Johann Deisenhofer) |
জাৰ্মানী আমেৰিকা যুক্তৰাষ্ট্ৰ |
সালোক সংশ্লেষণ বিক্ৰিয়া কেন্দ্ৰৰ ত্ৰিবিমীয় গঠন নিৰ্ধাৰিত কৰাৰ বাবে ("for the determination of the three-dimensional structure of a photosynthetic reaction centre") | |
ৰবাৰ্ট হিউবাৰ (Robert Huber) |
জাৰ্মানী | ||||
হাৰ্টমূট মাইকেল (Hartmut Michel) |
জাৰ্মানী | ||||
৩ | ফিজিঅ'লজী বা মেডিচিন | জেম্ছ ডব্লিউ. ব্লেক (James W. Black) |
স্কটলেণ্ড যুক্তৰাজ্য |
ঔষধি চিকিৎসাৰ গুৰুত্বপূৰ্ণ তত্বৰ আৱিষ্কাৰৰ বাবে ("for their discoveries of important principles for drug treatment") | |
গাৰট্ৰূড বি. ইলিয়ন (Gertrude B. Elion) |
আমেৰিকা যুক্তৰাষ্ট্ৰ | ||||
জৰ্জ এইচ, হিচ্চিন্স (George H. Hitchings) |
আমেৰিকা যুক্তৰাষ্ট্ৰ | ||||
৪ | সাহিত্য | নাগিব মাহফুজ (Naguib Mahfouz) |
ইজিপ্ত | যাৰ লেখাৰ সূক্ষ্ম নিৰীক্ষণৰ গাঢ়তাই মূহুৰ্ততে বাস্তৱক প্ৰতিফলিত কৰে, মূহুৰ্ততে উদ্বেলিত কৰে, আৰু সেই ঐশ্চৰ্য আৰবী সাহিত্যৰ লগতে সমগ্ৰ মানৱ জাতিৰ বাবেই ("who, through works rich in nuance - now clear-sightedly realistic, now evocatively ambiguous - has formed an Arabian narrative art that applies to all mankind") | |
৫ | শান্তিৰ ন'বেল বঁটা | ৰাষ্ট্ৰসংঘ শান্তিৰক্ষী বাহিনী (United Nations Peacekeeping Forces) |
ৰাষ্ট্ৰসংঘ | ||
৬ | অৰ্থনীতি | ম'ৰিচ এলেইছ (Maurice Allais) |
ফ্ৰান্স | তেখেতৰ দিগদৰ্শী বজাৰৰ আৰু সম্পদৰ দক্ষ সদব্যৱহাৰৰ সূত্ৰৰ বাবে ("for his pioneering contributions to the theory of markets and efficient utilization of resources") | |
http://www.nobelprize.org/nobel_prizes/lists/year/index.html?year=1988&images=yes
ৱিকিমিডিয়া কমন্সত ন'বেল বঁটা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.