From Wikipedia, the free encyclopedia
মহাভাৰতত ধৃতৰাষ্ট্ৰ (ইংৰাজী: धृतराष्ट्र, dhṛtarāshtra; lit. "a good king"[1]) হ'ল হস্তিনাপুৰৰ ৰজা তথা দুৰ্যোধনৰ পিতৃ। গান্ধাৰৰ ৰাজকুমাৰী গান্ধাৰী হ'ল তেখেতৰ পত্নী। তেওঁ জন্মান্ধ আছিল। আৰু এশ এটা সন্তানৰ (এজনী জীয়ৰী) পিতৃ আছিল। মহাভাৰতৰ এই চৰিত্ৰটোৱে মহাভাৰতৰ দৰে প্ৰলয়ংকাৰী যুদ্ধত কৌৰৱ আৰু পাণ্ডৱ উভয় পক্ষক নিবৃত্ত কৰিব নোৱাৰিলে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.