![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/5/53/%25E5%258D%2597%25E7%2594%25B8%25E5%25AE%25A3%25E6%258A%259A%25E5%258F%25B8%25E7%25BD%25B2.jpg/640px-%25E5%258D%2597%25E7%2594%25B8%25E5%25AE%25A3%25E6%258A%259A%25E5%258F%25B8%25E7%25BD%25B2.jpg&w=640&q=50)
দেহ'ঙ টাই আৰু চিংফৌ স্বায়ত্ব প্ৰান্ত
From Wikipedia, the free encyclopedia
দেহ'ঙ টাই আৰু চিংফৌ স্বায়ত্ব প্ৰান্ত (ইংৰাজী: Dehong Dai and Jingpo Autonomous Prefecture; টাই-নুৱা: ᥖᥬᥳ ᥑᥨᥒᥰ) চীনদেশৰ য়ুনান প্ৰদেশত অৱস্থিত আঠটা স্বায়ত্তপ্ৰান্তৰ ভিতৰত এখন স্বায়ত্তপ্ৰান্ত, ইয়াৰ পূবে বাওছান আৰু পশ্চিমে মানদেশৰ কাচিন ৰাজ্যৰ সীমা আছে। ত্ৰয়োদশ আৰু চতুৰ্দশ শতিকাত দেহ'ঙৰ দাই জনগোষ্ঠীয়ে ব্ৰহ্মপুত্ৰ উপত্যকাত বসতি স্থাপন কৰি অসম ৰাজ্যৰ সৃষ্টি কৰে আৰু টাই-আহোম জনগোষ্ঠী গঠন কৰিছিল।[1]
ক্ষিপ্ৰ তথ্য দেহ'ঙ টাই আৰু চিংফৌ স্বায়ত্ব প্ৰান্ত (德宏傣族景颇族自治州) ᥖᥬᥳ ᥑᥨᥒᥰ, Named for ...
দেহ'ঙ টাই আৰু চিংফৌ স্বায়ত্ব প্ৰান্ত
(德宏傣族景颇族自治州) ᥖᥬᥳ ᥑᥨᥒᥰ |
|
---|---|
— চীনা স্বায়ত্ব প্ৰান্ত — | |
![]() |
|
Named for | নামৰ অৰ্থ: টাই নোৱা ভাষাৰ (ᥖᥬᥲ ᥑᥨᥒᥰ), অৰ্থ "নু নদীৰ নামনি" |
বন্ধ কৰক