![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/as/thumb/4/4e/%25E0%25A6%25A6%25E0%25A7%2582%25E0%25A7%25B0%25E0%25A6%25A6%25E0%25A7%25B0%25E0%25A7%258D%25E0%25A6%25B6%25E0%25A6%25A8_%25E0%25A6%258F%25E0%25A6%259F%25E0%25A6%25BF_%25E0%25A6%25AF%25E0%25A6%25A8%25E0%25A7%258D%25E0%25A6%25A4%25E0%25A7%258D%25E0%25A7%25B0.jpg/640px-%25E0%25A6%25A6%25E0%25A7%2582%25E0%25A7%25B0%25E0%25A6%25A6%25E0%25A7%25B0%25E0%25A7%258D%25E0%25A6%25B6%25E0%25A6%25A8_%25E0%25A6%258F%25E0%25A6%259F%25E0%25A6%25BF_%25E0%25A6%25AF%25E0%25A6%25A8%25E0%25A7%258D%25E0%25A6%25A4%25E0%25A7%258D%25E0%25A7%25B0.jpg&w=640&q=50)
দূৰদৰ্শন এটি যন্ত্ৰ
২০১৬ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰ / From Wikipedia, the free encyclopedia
দূৰদৰ্শন এটি যন্ত্ৰ হল ২০১৬ বৰ্ষৰ ২ ছেপ্টেম্বৰত মুক্তি পোৱা এখন হাস্যৰসাত্মক অসমীয়া ভাষাত নিৰ্মিত চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে ৰাজেশ ভূঞাই, কাহিনী হিমাংশু প্ৰসাদ দাসৰ। যতীন বৰা, উৎপল দাস, প্ৰস্তুতি পৰাশৰ আৰু মুনমী ফুকনে এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখন সমগ্ৰ অসমতে সফল ৰূপে বিবেচিত হৈছে।[2]
ক্ষিপ্ৰ তথ্য দূৰদৰ্শন...এটি যন্ত্ৰ, পৰিচালক ...
দূৰদৰ্শন...এটি যন্ত্ৰ | |
---|---|
![]() চলচ্চিত্ৰখনৰ পোষ্টাৰ | |
পৰিচালক | ৰাজেশ ভূঞা |
প্ৰযোজক | সঞ্জীৱ নাৰায়ণ |
অভিনয়ত | যতীন বৰা প্ৰস্তুতি পৰাশৰ উৎপল দাস মুনমী ফুকন |
সংগীত পৰিচালক | মৌচম গগৈ |
প্ৰযোজনা কোম্পানী |
এ এম টেলিভিচন |
পৰিবেশক | এ. এম. টেলিভিচন |
মুক্তি |
২ ছেপ্টেম্বৰ, ২০১৬ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
সৰ্বমুঠ আয় | ₹ ৯০ লাখ[1] |
বন্ধ কৰক