![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/d/d8/IN-DD.svg/langas-640px-IN-DD.svg.png&w=640&q=50)
দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ
From Wikipedia, the free encyclopedia
দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ পশ্চিম ভাৰতত অৱস্থিত এখন কেন্দ্ৰীয় শাসিত অঞ্চল।[5][6] এই কেন্দ্ৰীয় শাসিত অঞ্চল পূৰ্বৰ দুই কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ একত্ৰিতকৰণ দ্বাৰা সৃষ্টি কৰা হৈছে। এই দুই কেন্দ্ৰীয় শাসিত অঞ্চল e একত্ৰিতকৰণৰ প্ৰস্তাৱ ভাৰত চৰকাৰে ২০১৯ চনৰ জুলাই মাহত উপস্থাপন কৰিছিল। ভাৰতৰ সংসদে ২০১৯ চনৰ ডিচেম্বৰ মাহত এই দুই অঞ্চলৰ একত্ৰিতকৰণৰ বিধেয়ক গৃহীত কৰে আৰু ২০২০ চনৰ ২৬ জানুৱাৰী তাৰিখৰ পৰা এই আইন বলৱত হয়।[7][8] এই অঞ্চল চাৰিটা ভিন্ন ভৌগোলিক অঞ্চল ক্ৰমে দাদাৰা, নগৰ হাভেলী, দমন আৰু দিউ দ্বীপেৰে গঠিত। এই চাৰি অঞ্চল ঐতিহাসিক ভাবে পৰ্তুগীজ ভাৰতৰ অন্তৰ্ভুক্ত আছিল আৰু বিংশ শতিকাত ভাৰত চৰকাৰৰ অধীনলৈ আহিছিল।
ক্ষিপ্ৰ তথ্য দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ दादरा नगर हवेली एवं दमण दीव, দেশ ...
দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ दादरा नगर हवेली एवं दमण दीव |
|
---|---|
— কেন্দ্ৰীয় শাসিত অঞ্চল — | |
![]() |
|
দেশ | ![]() |
গঠন | ২৬ জানুৱাৰী ২০২০[1] |
ৰাজধানী | দমন[2] |
চৰকাৰ | |
- পৰিষদ | দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসন |
- প্ৰশাসক | প্ৰফুল খোদা পেটেল[3] |
- লোকসভা সমষ্টি | ২ |
- উচ্চ ন্যায়ালয় | বোম্বে উচ্চ ন্যায়ালয় |
মাটিকালি | |
- মুঠ | ৬০৩ কি.মি.২ (২৩২.৮ বৰ্গ মাইল) |
অঞ্চলৰ স্থানাংক | ৩৩তম |
জনসংখ্যা (২০১১) | |
- মুঠ | ৫,৮৫,৭৬৪ জন |
- জনঘনত্ব | ৯৭১.৪ প্ৰতি বৰ্গ কি.মি. (২,৫১৬ প্ৰতি বৰ্গ মাইল) |
ভাষা | |
- চৰকাৰী | গুজৰাটী ভাষা, হিন্দী ভাষা, ইংৰাজী ভাষা |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০) |
আই এচ অ’ ৩১৬৬ কোড | TBA |
যানবাহনৰ নম্বৰ | DD-01,DD-02,DD-03[4] |
জিলাৰ সংখ্যা | ৩ |
ৱেবছাইট | http://dnh.nic.in/ https://daman.nic.in/ |
বন্ধ কৰক