ত্ৰিপুৰা কুইন আনাৰস
ত্ৰিপুৰা কুইন আনাৰস হৈছে হৈছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ত্ৰিপুৰা ৰাজ্যত থলুৱাভাৱে উৎপাদিত হোৱা / From Wikipedia, the free encyclopedia
ত্ৰিপুৰা কুইন আনাৰস হৈছে হৈছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ত্ৰিপুৰা ৰাজ্যত থলুৱাভাৱে উৎপাদিত হোৱা এবিধ আনাৰস। এই ফলবিধ ত্ৰিপুৰাৰ ৰাজ্যিক ফল।[1] ২০১৪ চনৰ ২৫ নৱেম্বৰত ভাৰত চৰকাৰৰ ভৌগোলিক স্বীকৃতি পঞ্জীয়নৰ কাৰ্যালয়ে ত্ৰিপুৰাৰ কুইন আনাৰসক ভৌগোলিক স্বীকৃতি প্ৰদান কৰে।[2]
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য ত্ৰিপুৰা কুইন আনাৰস, বৰ্ণনা ...
ত্ৰিপুৰা কুইন আনাৰস | |
---|---|
ভৌগোলিক স্বীকৃতি | |
প্ৰাক্তন ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে ত্ৰিপুৰা কুইন আনাৰসক ত্ৰিপুৰাৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰাৰ সময়ত | |
বৰ্ণনা | মিঠা সোৱাদৰ ৰসাল আনাৰস। |
প্ৰকাৰ | ফল |
অঞ্চল | ত্ৰিপুৰা |
দেশ | ভাৰত |
বন্ধ কৰক