দ্ৰাবিড়ীয় ভাষা পৰিবাৰৰ এটি ভাষা From Wikipedia, the free encyclopedia
তুলু (কন্নড় লিপিত : ತುಳು (তুলু)) দ্ৰাবিড়ীয় ভাষা পৰিবাৰৰ এটি ভাষা। এই ভাষাত দুই মিলিয়ন মানুহে কথা পাতে। প্ৰধানকৈ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ দক্ষিণ-পশ্চিম অংশ আৰু উত্তৰ কেৰালাৰ তুলুনাডু নামে পৰিচিত অংশৰ মানুহে এই ভাষাত কথা পাতে। ২০১১ চনৰ হিচাপ অনুসৰি ভাৰতৰ বিছ লাখ মানুহে তুলু ভাষাক মাতৃভাষা হিচাপে ব্যৱহাৰ কৰে। ২০০১ চনত এই সংখ্যা আছিল ১,৭২২,৭৮৬ জন। ২০০৯ চনৰ তথ্যমতে পৃথিৱীত ৩০-ৰ পৰা ৫০ লাখ মানুহে তুলু ভাষাক মাতৃভাষা হিচাপে ব্যৱহাৰ কৰে।
তুলু ভাষাৰ চাৰিটা উপভাষা আছে, যিবোৰে অতি ঘনিষ্ঠ উচ্চাৰণৰ ৰীতি প্ৰদৰ্শন কৰে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.