From Wikipedia, the free encyclopedia
ঢেকীয়া লতা (বৈজ্ঞানিক নাম: Aglaomorpha quercifolia, বা Drynaria quercifolia) Polypodiaceae পৰিয়ালৰ এবিধ ঢেঁকীয়াজাতীয় উদ্ভিদ। ইয়াক ফিলিপাইছত পাকপাক লৱিন, গুৰাৰ, কই হিন, অশ্বকত্ৰী, কাবকাব, কাবকাবন বা উপতকাৰুল আদি নামেৰে জনা যায়।[2] ঢেকীয়া লতা থলুৱাভাৱে মূলতঃ ভাৰত, দক্ষিণ-পূব এছিয়া, মালয়েছিয়া, ইণ্ডোনেছিয়া, ফিলিপাইনছ, নিউগিনি আৰু অষ্ট্ৰেলিয়াত পোৱা যায়।
ঢেকীয়া লতা | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Tracheophytes |
শ্ৰেণী: | Polypodiopsida |
বৰ্গ: | Polypodiales |
উপবৰ্গ: | Polypodiineae |
পৰিয়াল: | Polypodiaceae |
গণ: | Aglaomorpha |
প্ৰজাতি: | A. quercifolia |
বৈজ্ঞানিক নাম | |
Aglaomorpha quercifolia (L.) Hovenkamp & S. Linds. | |
সমাৰ্থক[1] | |
|
ই এক বৃহৎ ঠানিযুক্ত প্ৰজাতি। গুৰিৰ ঠানিসমূহ ওক গছৰ পাতৰ সৈতে সাদৃশ্য আছে। সেয়েহে ইংৰাজীত ইয়াক oakleaf fern বোলা হয়। পত্ৰসমূহ হয় সিঁচৰতি হৈ থাকে নাইবা গৌণ শিৰাৰ মাজত দুটা নিয়মীয়া শাৰীত সজোৱা থাকে।[3]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.