ঢূণ্ঢাড়ী ভাষা
From Wikipedia, the free encyclopedia
ঢূণ্ঢাড়ী বা জয়পুৰী এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা প্ৰকাৰ যি ৰাজস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত। এই ভাষা মুখ্যতঃ ভাৰতৰ ৰাজস্থান ৰাজ্যৰ চাৰিখন জিলা: জয়পুৰ, সৱাই মাধোপুৰ, দৌসা আৰু তোংকত ব্যৱহাৰ কৰা হয়।[2]
ক্ষিপ্ৰ তথ্য Dhundhari, থলুৱা অঞ্চল ...
Dhundhari | |
---|---|
ढूण्ढाड़ी/ઢૂણ્ઢાડ઼ી | |
থলুৱা অঞ্চল | India |
অঞ্চল | Dhundhar |
স্থানীয় ভাষিক |
1,476,446 (2011 census)[1] |
ভাষা পৰিয়াল |
Indo-European
|
লিখন প্ৰণালী | Devanagari |
ভাষা সংকেত | |
ISO 639-3 | dhd |
বন্ধ কৰক
১৫ লাখ মানুহে কোৱা এই ভাষা ৰাজস্থানৰ আটাইতকৈ জনপ্ৰিয় কথিত ভাষাৰ মাজত নপৰিলেও, ই উল্লিখিত অঞ্চলকেইটাত ভালেমান ব্যৱহাৰ কৰা হয়। এই ব্যৱস্থা ৰাজস্থানৰ ৰাজধানী জয়পুৰ আৰু তাৰ ওচৰৰ অঞ্চলত বিদ্যমান।