টাৱাং
অৰুণাচল প্ৰদেশৰ এখন নগৰ / From Wikipedia, the free encyclopedia
টাৱাং (ইংৰাজী: Tawang) অৰুণাচল প্ৰদেশৰ এখন পৰ্যটনথলী। সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৩,০৪৮ মিটাৰ (10,000 ফুট) উচ্চতাত থকা এই ঠাইখন ৰাজ্যখনৰ উত্তৰ-পশ্চিম প্ৰান্তত অৱস্থিত। টাৱাঙক চীনে মাজে সময়ে দক্ষিণ তিব্বতৰ অন্তৰ্গত বুলি দাবী কৰে।[1][2] এসময়ত টাৱাং, কামেং জিলাৰ সদৰ আছিল কিন্তু পিছলৈ টাৱাং জিলাৰ সদৰ হিচাবে ঘোষণা কৰা হয়।
ক্ষিপ্ৰ তথ্য টাৱাং རྟ་དབང༌།, দেশ ...
টাৱাং རྟ་དབང༌། |
|
---|---|
— জিলা সদৰ — | |
Tawang Monastery (Tibetan Buddhist).jpgটাৱাং চহৰৰ একাংশ | |
ভৌগোলিক স্থানাংক: 27°35′18″N 91°51′55″E | |
দেশ | ভাৰত |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
জিলা | টাৱাং |
উচ্চতা | ২,৬৬৯ মিটাৰ (৮,৭৫৬.৫৬ ফুট) |
জনসংখ্যা (২০০১) | |
- মুঠ | ৪,৪৫৬ জন |
ভাষা | |
- চৰকাৰী | ইংৰাজী |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+5:30) |
বন্ধ কৰক