টাও টে চিং
চীনা ধ্ৰুপদী লিখনী / From Wikipedia, the free encyclopedia
টাও টে চিং (ইংৰাজী: Tao Te Ching,[টোকা 1] চীনা ভাষাত: 道德经; পিন্যিন: Dàodé Jīng), বা লাও ত্জে/ লাও জে,[5] এখন চীনা শাস্ত্ৰীয় গ্ৰন্থ, খ্ৰীষ্টপূৰ্ব ৬থ শতিকাৰ লাওজেই লিখা বুলি জনা। এই গ্ৰন্থ কোনে লিখা, কেতিয়া লিখা আৰু কেতিয়া সংগৃহীত, সেই কথা স্পষ্ট নহয়। আতাইতকৈ পুৰণি অংশ, যাক পুৰাতাত্ত্বিক পদ্ধতিৰে প্ৰাপ্ত কৰা হৈছে, খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকাৰ, কিন্তু আধুনিক গৱেষকসকলে এই গ্ৰন্থৰ অন্য অংশ ঝুৱাংজেৰ প্ৰথম অংশৰ পাছতহে লিখা বা অন্ততঃ সংগ্ৰহ কৰা বুলি বিশ্বাস কৰে।
ক্ষিপ্ৰ তথ্য টাও টে চিং, লেখক ...
টাও টে চিং | |
---|---|
লেখক | লাওজে (traditionally credited) |
শিৰোনাম | 道德經 |
দেশ | চীন (Zhou) |
ভাষা | ধ্ৰুপদী চীনা ভাষা |
প্ৰকাৰ | দৰ্শন |
প্ৰকাশ | খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকা |
ইংৰাজীত প্ৰকাশ |
১৮৬৮ |
বন্ধ কৰক