জৰ্জ বেকাৰ
From Wikipedia, the free encyclopedia
জৰ্জ বেকাৰ (ইংৰাজী: George Baker, জন্মː ২৮ অক্টোবৰ ১৯৪৬) এজন ভাৰতীয় অভিনেতা আৰু ৰাজনৈতিক নেতা। তেওঁক মূলতঃ অসমীয়া আৰু বঙালী চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনা যায়। তেওঁ ২০১৪ত ভাৰতীয় জনতা পাৰ্টীত ভৰ্তি হয় আৰু হাওৰা লোকসভা আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয়। নিৰ্বাচনত তেওঁ পৰাজয় বৰণ কৰে। ইয়াৰ পিছত সংবিধানৰ ৩৩১ ধাৰা অনুসৰি ইংগ-ভাৰতীয় সদস্যৰ বাবে সংৰক্ষিত লোকসভা আসনৰ সদস্যৰূপে ৰাষ্ট্ৰপতিয়ে তেওঁক মনোনীত কৰে।[1]
ক্ষিপ্ৰ তথ্য জৰ্জ বেকাৰ, Member of Parliament ইঙ্গ-ভাৰতীয় সংৰক্ষিত আসনৰ সদস্য ...
জৰ্জ বেকাৰ | |
---|---|
![]() | |
Member of Parliament ইঙ্গ-ভাৰতীয় সংৰক্ষিত আসনৰ সদস্য | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২৩/৭/২০১৫ | |
ব্যক্তিগত তথ্য | |
জন্ম | ২৮ অক্টোবৰ, ১৯৪৬ (৭৭ বছৰ) তেজপুৰ, অসম, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
দাম্পত্যসঙ্গী | অৰ্পিতা বেকাৰ |
বাসস্থান | কলকাতা, পশ্চিমবংগ, ভাৰত |
শিক্ষানুষ্ঠান | লা মাৰ্টিনিয়েৰ কলেজ |
পেচা | অভিনেতা, ৰাজনৈতিক নেতা |
প্ৰখ্যাত | বঙালী চলচ্চিত্ৰ, অসমৰ চলচ্চিত্ৰ, ভাৰতীয় জনতা পাৰ্টি |
বন্ধ কৰক