জুৰী বৰা বৰগোহাঞি
From Wikipedia, the free encyclopedia
জুৰী বৰা বৰগোহাঞি (ইংৰাজী: Juri Borah Borgohain; জন্ম:১৯৭৮ - ) অসমীয়া সাহিত্য জগতৰ এগৰাকী ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ[1]। তেখেতৰ জন্ম অসমৰ মাজুলীত হৈছিল। পিতৃৰ নাম মহেন্দ্ৰ বৰা আৰু মাতৃৰ নাম বীণা বৰা। কিছুদিন সংবাদ মাধ্যম আৰু শিক্ষাদানৰ লগত জড়িত হৈ থকাৰ পাছত তেখেতে স্বাধীনভাৱে সাহিত্য ৰচনা কৰি আছে।
এই প্ৰবন্ধটোৰ প্ৰধান অৱদানকাৰীৰ প্ৰবন্ধটোৰ বিষয়বস্তুৰ লগত এক ঘনিষ্ঠ সম্পৰ্ক আছে যেন অনুমান হয়। |
ক্ষিপ্ৰ তথ্য জুৰী বৰা বৰগোহাঞি, জন্ম ...
জুৰী বৰা বৰগোহাঞি | |
---|---|
জন্ম | ২০ ছেপ্তেম্বৰ, ১৯৭৮ মাজুলী, অসম |
পেচা | ঔপন্যাসিক, কবি, গল্পকাৰ |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | স্নাতকোত্তৰ |
সময় | ২০০৪-বৰ্তমানলৈ |
উল্লেখনীয় কৰ্মৰাজি | নাংফা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী |
উল্লেখযোগ্য বঁটা | হৰেন্দ্ৰ চন্দ্ৰ বৰকাকতি বঁটা(২০০৯), আধাৰশিলা নতুল প্ৰজন্মৰ সাহিত্যিক বঁটা(২০১১) |
দাম্পত্যসংগী | লক্ষ্মীনন্দন বৰগোহাঞি |
বন্ধ কৰক