![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/f1/Jamugurihat.jpg/640px-Jamugurihat.jpg&w=640&q=50)
জামুগুৰিহাট
From Wikipedia, the free encyclopedia
জামুগুৰি হাট শোণিতপুৰ জিলাৰ অন্তৰ্গত জামুগুৰিহাট এখন সৰু চহৰ। জামুগুৰি হাটক নতুনকৈ চহৰ অঞ্চল বুলি পৰিকল্পনা কৰা হৈছে। ২০২২ চনৰ মাৰ্চমাহত জামুগুৰি-চতিয়া পৌৰসভাৰ প্ৰথমটো নিৰ্বাচনৰ ফলাফল ঘোষণা হৈ যায়।[1] এই অঞ্চলটো ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ দিশে অৱস্থিত। অঞ্চলটো কলা-কৃষ্টিৰ দিশেৰে এটি চহকী অঞ্চল। মূলতঃ হিন্দু লোক প্ৰধান অঞ্চলটোৰ সৰ্বত্ৰ শান্তি বিৰাজমান। ২০০ বছৰ পুৰণি বাৰেচহৰীয়া ভাওনা মহোৎসৱ[2]ৰ বাবে জামুগুৰি হাট বিখ্যাত।
ক্ষিপ্ৰ তথ্য জামুগুৰিহাট Jamuguri hat, Country ...
জামুগুৰিহাট Jamuguri hat |
|
---|---|
— নগৰ — | |
Country | ![]() |
ৰাজ্য | অসম |
জিলা | শোণিতপুৰ জিলা |
চৰকাৰ | |
- প্ৰকাৰ | নগৰ সমিতি |
- পৰিষদ | জামুগুৰি হাট নগৰ সমিতি |
মাটিকালি | |
- মুঠ | ২০ কি.মি.২ (৭.৭ বৰ্গ মাইল) |
উচ্চতা | ৭৩ মিটাৰ (২৩৯.৫০ ফুট) |
জনসংখ্যা (২০০১) | |
- মুঠ | ১৯,৭৪৩ জন |
- জনঘনত্ব | ৯৮৭.২ প্ৰতি বৰ্গ কি.মি. (২,৫৫৬.৭ প্ৰতি বৰ্গ মাইল) |
ভাষা | |
- চৰকাৰী | অসমীয়া ভাষা |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+5:30) |
বন্ধ কৰক
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/f/f1/Jamugurihat.jpg/640px-Jamugurihat.jpg)