জান্নাত
ইছলাম ধৰ্মত স্বর্গৰ ধাৰণা / From Wikipedia, the free encyclopedia
জান্নাত (আৰবী: جنّة) হ'ল ইছলামিক পৰিভাষা অনুযায়ী, পাৰ্থিৱ জীৱনত যিসকল মুছলিমে আল্লাহৰ আদেশ, নিষেধ মানি চলিব আৰু পৰকালত হিচাপত যাৰ পাপতকৈ পুণ্যৰ ভৰ বেছি হ'ব আৰু আল্লাহৰ সন্তুষ্টি লাভ কৰিব সিহঁতৰ বাবে আল্লাহে যিবোৰ স্বৰ্গ প্ৰস্তুত কৰি ৰাখিছে। [1]
■ জান্নাত এটা আৰবী শব্দ, যাৰ শাব্দিক অৰ্থ হ'ল "বাগান" বা "উদ্যান।" প্ৰচলিত ভাৰতবৰ্ষৰ কিতাপবোৰত ইয়াক বেহেশ্ত বুলিও নামকৰণ কৰা হৈ থাকে। [2]