জয়প্ৰকাশ নাৰায়ণ
ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আগশাৰীৰ মুক্তি যুদ্ধা / From Wikipedia, the free encyclopedia
জয়প্ৰকাশ নাৰায়ণ (ইংৰাজী: Jayaprakash Narayan; ১৯০২–১৯৭৯) ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন আগশাৰীৰ মুক্তি যুদ্ধা আছিল। দেশ তথা জনতাৰ নামত নিজকে উছৰ্গা কৰা এই লোকনায়ক গৰাকীক ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটাৰে ১৯৯৯ চনত বিভূষিত কৰিছিল। ১৯৩০-৩২ চনত তেওঁ কংগ্ৰেছ দলৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বাৰাণাসীত থকা ইনষ্টিটিউট অৱ গান্ধীয়ান ষ্টাডিজ নামৰ অনুষ্ঠানটিৰ প্ৰতিষ্ঠাতা আছিল।[1]
এই জীৱনী বিষয়ক চমু প্ৰবন্ধটোক বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য জয়প্ৰকাশ নাৰায়ণ, জন্ম ...
জয়প্ৰকাশ নাৰায়ণ | |
---|---|
![]() | |
জন্ম | ১১ অক্টোৱৰ, ১৯০২ সীতাৰদিয়াৰা, সাৰন সংমণ্ডল, চাপৰা বিহাৰ, বিহাৰ |
মৃত্যু | ৮ অক্টোবৰ, ১৯৭৯ (৭৬ বছৰ) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ![]() |
বন্ধ কৰক