জনতা পাৰ্টি
ৰাজনৈতিক দল / From Wikipedia, the free encyclopedia
জনতা পাৰ্টি (ইংৰাজী: Janata Party) ভাৰতৰ এটা ৰাজনৈতিক দল আছিল। প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে বলবৎ কৰা ১৯৭৫ৰ পৰা ১৯৭৭লৈ চলা জৰুৰীকালীন অৱস্থাৰ বিৰোধ কৰা ৰাজনৈতিক দলবোৰৰ একত্ৰীকৰণেৰে এই দলটো গঠন কৰা হৈছিল। ১৯৭৭ৰ সাধাৰণ নিৰ্বাচনত জনতা পাৰ্টিয়ে ইন্দিৰা কংগ্ৰেছক পৰাজিত কৰি মোৰাৰজী দেশাইৰ প্ৰধানমন্ত্ৰিত্বত স্বাধীন ভাৰতৰ প্ৰথম অকংগ্ৰেছী চৰকাৰ গঠন কৰে। [1]
ক্ষিপ্ৰ তথ্য জনতা পাৰ্টি, Janata Party symbol.png ...
জনতা পাৰ্টি | |
---|---|
Janata Party symbol.png | |
সংসদীয় সভাপতি | |
লোকসভাত নেতা | |
ৰাজ্যসভাত নেতা | |
প্ৰতিষ্ঠা | ২৩ জানুৱাৰী ১৯৭৭; ৪৭ বছৰ আগত (1977-01-23) |
ৰাজনৈতিক মতাদৰ্শ | Indian nationalism Populism Factions: Gandhian socialism Social justice Anti-corruption |
দলীয় ৰং | Orange, Green |
বন্ধ কৰক