ভূটানত প্ৰচলিত চীন-তিব্বতীয় ভাষা From Wikipedia, the free encyclopedia
জংখা (རྫོང་ཁ་; [dzòŋkʰɑ́]) হৈছে ভূটানৰ চৰকাৰী আৰু জাতীয় ভাষা। ইয়াক তিব্বতী লিপি ব্যৱহাৰ কৰি লিখা হৈছে।[1]
জংখা | |
---|---|
ভূটীয়া | |
རྫོང་ཁ་ | |
থলুৱা অঞ্চল | ভূটান |
জাতীয়তা | গালপ মানুহ |
স্থানীয় ভাষিক |
মুঠ ভাষিক জনসংখ্যা: ৬ লাখ ৪০ হাজাৰ [2] |
ভাষা পৰিয়াল |
চীন-তিব্বতী
|
পূৰ্বসূৰী |
প্ৰটʼ-চীন-তিব্বতী
|
উপভাষা | *লয়া উপভাষা
|
লিখন প্ৰণালী | তিব্বতী লিপি জংখা ব্ৰেইল |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
ভূটান |
নিয়মাধীন হয় |
জংখা ডেভলেপমেন্ট কমিছন |
ভাষা সংকেত | |
ISO 639-1 | dz |
ISO 639-2 | dzo |
ISO 639-3 | dzo – inclusive codeIndividual codes: lya – Laya luk – Lunana adp – Adap |
গ্লোটোলগ | nucl1307 [3] |
লিংগোৱাস্ফেয়াৰ | 70-AAA-bf |
Districts of Bhutan in which the Dzongkha language is spoken natively are highlighted in yellow. | |
মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাৰ ১ নং অনুচ্ছেদৰ জংখা ভাষাত এটা নমুনা পাঠ তলত দিয়া হ’ল:
জংখা ভাষা: འགྲོ་ བ་ མི་ རིགས་ ག་ ར་ དབང་ ཆ་ འདྲ་ མཏམ་ འབད་ སྒྱེཝ་ ལས་ ག་ ར་ གིས་ གཅིག་ ལུ་ སྤུན་ ཆའི་ དམ་ ཚིག་ བསྟན་ དགོ།
উচ্চাৰণ: ’Gro- ba- mi- rigs- ga- ra- dbaṅ- cha- ’dra- mtam- ’bad- sgyew- las- ga- ra- gis- gcig- lu- spun- cha’i- dam- tshig- bstan- dgo
অসমীয়া অনুবাদ: সকলো মানুহ জন্মতে মুক্ত আৰু স্বাভিমান আৰু অধিকাৰ সমান। তেওঁলোকে যুক্তি আৰু বিবেকেৰে সমৃদ্ধ আৰু ইজনে সিজনৰ প্ৰতি ভাতৃত্ববোধৰ মনোভাৱেৰে কাম কৰা উচিত।[4]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.