ছোনিয়া গান্ধী
ভাৰতীয় ৰাজনীতিবিদ / From Wikipedia, the free encyclopedia
ছোনিয়া গান্ধী (ইংৰাজী: Sonia Gandhi, উচ্চাৰণ (সহায়·তথ্য), জন্ম: এণ্ট'নিয়া এলবিনা মাইন' )[1] এগৰাকী ইটালীয় মূলৰ ভাৰতীয় ৰাজনীতিক। তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী তথা ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ পত্নী।
ক্ষিপ্ৰ তথ্য ছোনিয়া গান্ধী, পূৰ্বসূৰী ...
ছোনিয়া গান্ধী | |
---|---|
লোকসভাৰ সাংসদ ৰাইবেৰেলি, উত্তৰ প্ৰদেশ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২০০৬ | |
পূৰ্বসূৰী | সীতাৰাম কেশৰী |
উত্তৰসূৰী | ৰাহুল গান্ধী |
ব্যক্তিগত তথ্য | |
জন্ম | ৯ ডিচেম্বৰ, ১৯৪৬ (৭৭ বছৰ) লুচিয়ানা, ইটালী |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
দাম্পত্যসঙ্গী | ৰাজীৱ গান্ধী (প্ৰয়াত) |
সন্তান | ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী |
বাসস্থান | ১০ জনপথ, নতুন দিল্লী, ভাৰত |
বন্ধ কৰক