ছাতিFrom Wikipedia, the free encyclopedia ছাতি (ইংৰাজী: Umbrella) ৰ’দ আৰু বৰষুণৰ পৰা ৰক্ষা পাবলৈ কাপোৰ, প্লাষ্টিক আদিৰে তৈয়াৰ কৰা এক আহিলা৷ [1]পৃথিৱীৰ সকলো ঠাইতে ছাতি ব্যৱহাৰ কৰা হয়, কাৰণ ই মানুহৰ ’সুবিধাজনক জীৱন যাপন’ৰ বাবে আৱশ্যকীয় সম্পদ৷
ছাতি (ইংৰাজী: Umbrella) ৰ’দ আৰু বৰষুণৰ পৰা ৰক্ষা পাবলৈ কাপোৰ, প্লাষ্টিক আদিৰে তৈয়াৰ কৰা এক আহিলা৷ [1]পৃথিৱীৰ সকলো ঠাইতে ছাতি ব্যৱহাৰ কৰা হয়, কাৰণ ই মানুহৰ ’সুবিধাজনক জীৱন যাপন’ৰ বাবে আৱশ্যকীয় সম্পদ৷