![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/b/b3/Psycheabduct.jpg/640px-Psycheabduct.jpg&w=640&q=50)
ছাইকী
আত্মাৰ গ্ৰীক দেৱী / From Wikipedia, the free encyclopedia
ছাইকী (ইংৰাজী: Psyche, /ˈsaɪkiː/; [2] গ্ৰীক: Ψυχή) হৈছে এগৰাকী আত্মাৰ গ্ৰীক দেৱী। ছাইকী এগৰাকী নশ্বৰ মহিলা হিচাপে জন্মগ্ৰহণ কৰিছিল। গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি, ছাইকী সৌন্দৰ্যৰ দেৱী এফ্ৰোডাইটিতকৈও অধিক সুন্দৰী আছিল। দ্বিতীয় শতিকাত লুছিয়াছ এপুলিয়াছে ৰচনা কৰা দ্য গোল্ডেন এছ নামৰ কাহিনীটোৰ পৰা ছাইকী জনাজাত।