![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/83/Machilus_gamblei1.jpg/640px-Machilus_gamblei1.jpg&w=640&q=50)
চোম গছ
From Wikipedia, the free encyclopedia
চোম বা চোম গছ (বৈজ্ঞানিক নাম: Machilus gamblei) Lauraceae পৰিয়ালৰ এবিধ সপুষ্পক বৃক্ষজাতীয় উদ্ভিদ। এই গছৰ পাত মুগা পলুৱে খাদ্য হিচাপে গ্ৰহণ কৰে আৰু ইয়াৰ পৰা মুগা সূতা উৎপন্ন হয়। উজনি অসমত মুগা পলুৰ বাবে চোম গছৰ খেতি কৰা হয়। চোম পাতে অহীয়াঁ পলুৰ উৎপাদন কৰে।[2] ই চীন, ভূটান, কম্বোডিয়া, ভাৰত, লাওছ, ম্যানমাৰ, নেপাল, থাইলেণ্ড, ভিয়েটনাম আদি দেশৰ থলুৱা উদ্ভিদ।[1]
ক্ষিপ্ৰ তথ্য চোম গছ, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
চোম গছ | |
---|---|
![]() | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Tracheophyta |
(অশ্ৰেণীকৃত): | Magnoliopsida |
বৰ্গ: | Laurales |
পৰিয়াল: | Lauraceae |
গণ: | Machilus |
প্ৰজাতি: | Machilus gamblei King ex Hook. fil. |
সমাৰ্থক | |
|
বন্ধ কৰক