চিন্ময় বাৰ্মা
অসমৰ এজন চিত্ৰকৰ আৰু পৰিচালক / From Wikipedia, the free encyclopedia
চিন্ময় বাৰ্মা (ইংৰাজী: Chinmoy Barma) হৈছে অসমৰ এজন পৰিচালক। ১৯৯৩ চনৰ ৭ আগষ্টত নলবাৰী জিলাত বাৰ্মাৰ জন্ম হয়।[1]
এই প্ৰবন্ধত উপযুক্ত তথ্যতকৈ বিষয়টোত বিজ্ঞাপন যেন লগা পাঠ্য থকা যেন হে দেখা গৈছে। অনুগ্ৰহ কৰি এনে অসমৰ্থিত ভাষ্য পৰিহাৰ কৰক। |
ক্ষিপ্ৰ তথ্য চিন্ময় বাৰ্মা, জন্ম ...
চিন্ময় বাৰ্মা | |
---|---|
জন্ম | ৭ আগষ্ট, ১৯৯৩ (৩০ বছৰ) নলবাৰী জিলা, অসম |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | অভিযন্তা (অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়) |
ধৰণ | ভৌতিক, কাল্পনিক |
উল্লেখনীয় কৰ্মৰাজি | যখিনী, ঘোঁৰাপাক, অহল্যা |
বন্ধ কৰক