![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/2/24/Gawar-Bati.svg/langas-640px-Gawar-Bati.svg.png&w=640&q=50)
গৱাৰ-বাতী ভাষা
From Wikipedia, the free encyclopedia
গৱাৰ-বাতী বা নৰ্ছাতী এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি পাকিস্তানৰ উত্তৰী অংশ আৰু সীমাৰ পাৰৰ আফগানিস্তানৰ চুবুৰীয়া অঞ্চলত ব্যৱহাৰ কৰা হয়। এই ভাষাক চিত্ৰলত অৰণ্ডুয়িৱাৰ নামেৰেও জনা যায় কাৰণ ই মুখ্যতঃ অৰণ্ডুত কোৱা হয়, যি নামনি চিত্ৰলৰ অন্তিম গাওঁ। ইও সীমা পাৰ হৈ আফগানিস্তানৰ বেৰকোটত আছে। "গৱাৰ-বাতী" নামৰ অৰ্থ হ'ল "গৱাৰসকলৰ কথোপকথন",[2] যি গোষ্ঠীৰ বিষয়ে কেকোপাৰ্ডোছে নিজৰ হিন্দু-কুশ অঞ্চলৰ ওপৰত কৰা গৱেষণাত উল্লেখ কৰিছে।[3]
ক্ষিপ্ৰ তথ্য Gawar-Bati, থলুৱা অঞ্চল ...
Gawar-Bati | |
---|---|
Narsati | |
![]() | |
থলুৱা অঞ্চল | Pakistan, Afghanistan |
অঞ্চল | Chitral, Kunar Province |
স্থানীয় ভাষিক |
36,000 (2017–2021)e25 |
ভাষা পৰিয়াল |
Indo-European
|
ভাষা সংকেত | |
ISO 639-3 | gwt |
গ্লোটোলগ | gawa1247 [1] |
বন্ধ কৰক