অসমৰ লোকসভা সমষ্টি From Wikipedia, the free encyclopedia
গুৱাহাটী লোকসভা সমষ্টি (ইংৰাজী: Gauhati Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
গুৱাহাটী লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে[1]:
বৰ্তমানৰ সমষ্টিসমূহ:
ক্ৰম | বৰ্ষ | প্ৰাৰ্থী | দল |
---|---|---|---|
১ | ১৯৫১ | ৰোহিনী কুমাৰ চৌধুৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
২ | ১৯৫৬ | ডি. এন. শৰ্মা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৩ | ১৯৫৭ | হেম বৰুৱা | প্ৰজা ছ’চেয়িলিষ্ট পাৰ্টী |
৪ | ১৯৬২ | হেম বৰুৱা | প্ৰজা ছ’চেয়িলিষ্ট পাৰ্টী |
৫ | ১৯৬৭ | ডি কলিতা | কমিউনিষ্ট পাৰ্টী অফ ইণ্ডিয়া |
৬ | ১৯৭১ | দীনেশ চন্দ্ৰ গোস্বামী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৭ | ১৯৮৭ | ৰেণুকা দেৱী বৰকটকী | ভাৰতীয় লোক দল |
৮ | ১৯৮৫ | দীনেশ গোস্বামী | নিৰ্দলীয় |
৯ | ১৯৯১ | কিৰিপ চলিহা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১০ | ১৯৯৬ | প্ৰবীণ চন্দ্ৰ শৰ্মা | অসম গণ পৰিষদ |
১১ | ১৯৯৮ | ভূৱনেশ্বৰ কলিতা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১২ | ১৯৯৯ | বিজয়া চক্ৰৱৰ্তী | ভাৰতীয় জনতা পাৰ্টী |
১৩ | ২০০৪ | কিৰিপ চলিহা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১৪ | ২০০৯ | বিজয়া চক্ৰৱৰ্তী | ভাৰতীয় জনতা পাৰ্টী |
১৫ | ২০১৪ | বিজয়া চক্ৰৱৰ্তী[2] | ভাৰতীয় জনতা পাৰ্টী |
১৬ | ২০১৯ | কুইন ওজা | ভাৰতীয় জনতা পাৰ্টি |
১৭ | ২০২৪ | বিজুলী কলিতা মেধি | ভাৰতীয় জনতা পাৰ্টী |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.