গুগ'ল
From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো গুগ'ল সংখ্যাৰ বিষয়ে। একেই নামৰ কোম্পানীৰ বাবে গুগল চাওক।
গুগ'ল ১০১০০ৰ সমান ডাঙৰ সংখ্যা; অৰ্থাৎ ১ৰ পিছত ১০০ শূন্য লগালে পোৱা সংখ্যা।
১০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০০
এই শব্দ প্ৰথম ১৯৩৮ত ব্যৱহাৰ কৰা হৈছিলে[1] আমেৰিকাৰ গণিতজ্ঞ এড্বাৰ্ড কাস্নাৰৰ ৯ বছৰীয়া ভতিজা মিল্টন চিৰটাৰ দ্বাৰা। কাস্নাৰে এই শব্দ ৯১৪০ত নিজৰ গ্ৰন্থ মেথেমেতিক্স এণ্ড ইমেজিনেচনৰ সহায়ত জনপ্ৰিয় কৰিলে। গুগ'লৰ অন্য নাম চুটি স্কেলত দহ দুঅট্ৰিগিণ্টিলিয়ন, দীঘল স্কেলত দহ হাজাৰ চেক্সদেচিলিয়ন, আৰু পেলেটিয়াৰ দীঘল স্কেলত দহ চেক্সদেচিলিয়াৰ্ড