গীত গোবিন্দ
From Wikipedia, the free encyclopedia
গীত গোবিন্দ (সংস্কৃত: गीत गोविन्दम् ) হৈছে দ্বাদশ শতিকাৰ হিন্দু কবি জয়দেৱৰদ্বাৰা ৰচিত এক ৰচনা। ই ৰাধা-কৃষ্ণ আৰু বৃন্দাবনৰ গোপী সকলৰ মাজৰ সম্পৰ্ক বৰ্ণনা কৰে। গীত গোবিন্দ বাৰটা অধ্যায়ত সংগঠিত কৰা হৈছে। প্ৰতিটো অধ্যায়ক আৰু এক বা একাধিক বিভাগত বিভক্ত কৰা হৈছে যাক প্ৰবন্ধ বুলি কোৱা হয়, মুঠ চব্বিশটা। প্ৰবন্ধবোৰত আঠটাগোটত গোট কৰা দোহা থাকে, যাক অষ্টপদী বুলি কোৱা হয়। যি ভাৰতীয় শাস্ত্ৰীয় নৃত্য বহুতো ৰচনা আৰু নৃত্যপৰিচালনাৰ বাবে অনুপ্ৰেৰণা হৈ আহিছে।[1]
ক্ষিপ্ৰ তথ্য গীত গোবিন্দ, তথ্য ...
গীত গোবিন্দ | |
---|---|
উৰিষ্যা ৰাজ্যিক সংগ্ৰহালয়ৰ গীত গোবিন্দৰ পাণ্ডুলিপি | |
তথ্য | |
ধৰ্ম | হিন্দু ধৰ্ম |
ভাষা | সংস্কৃত |
বন্ধ কৰক