ক্ৰা দাদি জিলা
From Wikipedia, the free encyclopedia
ক্ৰা দাদি জিলা (Kra Daadi district) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা। ২০১৫ চনৰ ৭ ফেব্ৰুৱাৰীত কুৰুং কুমেই জিলাৰ একাংশ পৃথক কৰি এই জিলাখন সৃষ্টি কৰা হৈছিল।[2] এই জিলাৰ সদৰ ঠাই পালিন। জিলাখনৰ সংখ্যাগৰিষ্ঠ অধিবাসী নিচি জনজাতিৰ।
ক্ষিপ্ৰ তথ্য ক্ৰা দাদি জিলা, দেশ ...
ক্ৰা দাদি জিলা | |
---|---|
— অৰুণাচল প্ৰদেশৰ জিলা — | |
দেশ | ![]() |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
স্থাপিত | ৭ ফেব্ৰুৱাৰী ২০১৫ (2015-02-07) |
সদৰ | পালিন |
চৰকাৰ | |
- লোকসভা সমষ্টি | অৰুণাচল পশ্চিম |
- বিধানসভা সমষ্টি | ২টা (তালি, পালিন) |
উচ্চতা | ১,০৮০ মিটাৰ (৩,৫৪৩.৩১ ফুট) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ২২,২৯০ জন |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৪৪%[1] |
- লিংগ অনুপাত | ১০২৭[1] |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক