ভাৰতীয় অভিনেত্ৰী From Wikipedia, the free encyclopedia
কৃতি চেট্টী (ইংৰাজী: Krithi Shetty; জন্ম ২১ ছেপ্টেম্বৰ ২০০৩)[1] হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী৷ তেওঁ সাধাৰণতে তেলেগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। ব্যৱসায়িকভাৱে সফল ছবি উপেনা (২০২১) -ৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল৷[2]
কৃতি চেট্টী | |
---|---|
২০২২ চনত কৃতি | |
জন্ম | ২১ ছেপ্টেম্বৰ, ২০০৩ (২০ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
পেচা | Page সাঁচ:Hlist/styles.css has no content.
|
সক্ৰিয় হৈ থকা সময় | ২০২১–বৰ্তমান |
২০০৩ চনৰ ২১ ছেপ্টেম্বৰত মুম্বাইত কৃতি চেট্টীৰ জন্ম হয়,[3] কৰ্ণাটকৰ মঙ্গালৰৰ পৰা অহা[4][5] এক টুলু পৰিয়ালত৷[6] তেওঁৰ পিতৃ এগৰাকী ব্যৱসায়ী আৰু মাতৃ ফেশ্বন ডিজাইনাৰ।[3] তেওঁৰ এগৰাকী ভাই আৰু এগৰাকী ভনী আছে৷[7] মুম্বাইত ডাঙৰ-দীঘল হোৱা কৃতিয়ে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহলৈকে মনোবিজ্ঞান বিষয়ত অধ্যয়ন কৰি আছিল৷[8][9] পঢ়ি থকাৰ সময়ছোৱাত তেওঁ বাণিজ্যিক বিজ্ঞাপনত কাম কৰিছিল।[5]
চেট্টীয়ে তেওঁৰ মাতৃভাষা টুলু , হিন্দী আৰু ইংৰাজী ক’ব পাৰে। তেওঁ তেলেগু ভাষা ক’বলৈ শিকাৰ লগতে চলচ্চিত্ৰ কৰ্মজীৱনৰ বাবে তামিল ভাষা শিকিছে।[10][অতিৰিক্ত উৎসৰ প্ৰয়োজন]
এতিয়াও মুক্তি লাভ কৰা নাই |
বৰ্ষ | শিৰোনাম | চৰিত্ৰ | ভাষা | টোকা | Ref. |
---|---|---|---|---|---|
২০১৯ | চুপাৰ ৩০ (চলচ্চিত্ৰ) | ছাত্ৰী | হিন্দী | [11] | |
২০২১ | উপেনা | সংগীতা “বেবাম্মা” | তেলেগু | [12] | |
শ্যাম সিংহ ৰায় | কৃতি | তেলেগু | [13] | ||
২০২২ | বাংগাৰৰাজু | নাগ লক্ষ্মী | তেলেগু | [14] | |
দ্য ৱাৰিয়ৰ | “হুইচেল” মহালক্ষ্মী ("Whistle" Mahalakshmi) | তেলেগু | দ্বিভাষিক চলচ্চিত্ৰ | [15] | |
তামিল | |||||
মাচেৰলা নিয়োজকবৰ্গম | স্বাথী | তেলেগু | [16] | ||
আ আম্মায়ী গুৰিঞ্চি মীকু চেপ্পালী | ড° অলেখ্যা আৰু অখিলা | তেলেগু | [17] | ||
ঘোষণা হ’ব | শিৰোনামহীন ভেংকট প্ৰভুৰ চলচ্চিত্ৰ | ঘোষণা হ’ব | তেলেগু | দ্বিভাষিক চলচ্চিত্ৰ; চিত্ৰগ্ৰহণ | [18] |
তামিল | |||||
ভানাংগান | ঘোষণা হ’ব | তামিল | চিত্ৰগ্ৰহণ | [19] | |
অজয়ন্তে ৰাণ্ডাম মোচনম | ঘোষণা হ’ব | মালয়ালম | চিত্ৰগ্ৰহণ | [20] | |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.