পশ্চিমবংগৰ এখন জিলা From Wikipedia, the free encyclopedia
কলিকতা জিলা (ইংৰাজী: Kolkata district) হৈছে ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ এখন জিলা, যাৰ মুখ্য কাৰ্যালয় কলিকতাত অৱস্থিত।
কলিকতা জিলা
কলকাতা জিলা | |
---|---|
Calcutta District | |
স্থানাংক: 22°34′22″N 88°21′50″E | |
Country | ভাৰত |
State | West Bengal |
Division | Presidency |
মুখ্য কাৰ্যলয় | কলিকতা |
চৰকাৰ | |
• Lok Sabha constituencies | Kolkata Dakshin, Kolkata Uttar, Jadavpur |
• Vidhan Sabha constituencies | Kolkata Port, Bhabanipur, Rashbehari, Ballygunge, Chowranghee, Entally, Beleghata, Jorasanko, Shyampukur, Maniktala, Kashipur-Belgachhia, Tollyganj |
কালি | |
• মুঠ | 185 km2 (71 sq mi) |
জনসংখ্যা (2011) | |
• মুঠ | 44,96,694 |
• ঘনত্ব | 24,000/km2 (63,000/sq mi) |
২০০১ চনৰ লোকপিয়ল অনুসৰি কলিকতা জিলাখনৰ জনসংখ্যা ৪,৪৯৬,৬৯৪ জন,[1] যি প্ৰায় ক্ৰোৱেচিয়া ৰাজ্য[2] বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্য লুইজিয়ানাৰ সমান।[3] ২০১১ চনত জনসংখ্যাৰ দিশৰ পৰা জিলাখনে ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত ৩৫তম স্থান লাভ কৰিছে।[1] জিলাখনৰ জনসংখ্যাৰ ঘনত্ব ২৪,২৫২ জনবসতি প্ৰতি বৰ্গ কিল’মিটাৰতre (62,810 /sq mi)।[1] ২০০১-২০১১ চনলৈকে ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল −১.৮৮%।[1] কলিকতা জিলাৰ ১০০০জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা আছিল ৮৯৯জন,[1] আৰু সাক্ষৰতাৰ হাৰ আছিল ৮৭.১৪%। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ জনসংখ্যা ক্ৰমে ৫.৩৮% আৰু ০.২৪%।[1]
কলিকতা জিলাৰ ধৰ্মসমূহ (২০১১)[4] | ||||
---|---|---|---|---|
হিন্দু | ৭৬.৫১% | |||
ইছলাম | ২০.৬০% | |||
অধাৰ্মিক | ১.০৯% | |||
খ্ৰীষ্টিয়ান | ০.৮৮% | |||
অন্যান্য | ০.৯২% |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.