কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ
From Wikipedia, the free encyclopedia
কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ (ইংৰাজী: Kamatapur Autonomous Council (KAC)) হৈছে কোচ-ৰাজবংশী জনগোষ্ঠীৰ বিকাশ আৰু সুৰক্ষাৰ বাবে ভাৰতৰ অসম ৰাজ্যৰ এটা স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ। পৰিষদখন ২০২০ চনত গঠন কৰা হৈছিল।[2] ইয়াত বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ আৰু ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ অঞ্চলৰ বাহিৰে সমগ্ৰ অবিভক্ত গোৱালপাৰা জিলা অন্তৰ্ভুক্ত কৰা হৈছে।
ক্ষিপ্ৰ তথ্য কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ, ধৰন ...
কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ | |
---|---|
![]() | |
ধৰন | |
ধৰন | কমতাপুৰৰ [[স্বায়ত্বশাসিত পৰিষদ]] |
নেতা | |
অধ্যক্ষ | হিতেেশ্বৰ বৰ্মন |
মুখ্য কাৰ্যবাহী সদস্য | গোকুল বৰ্মন |
গঠন | |
সভাৰ স্থান | |
অভয়াপুৰী, উত্তৰ শালমাৰা, বঙাইগাঁও জিলা, অসম[1] | |
ৱেবছাইট | |
কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ |
বন্ধ কৰক