কোংকণী ভাষা (দেৱনাগৰী লিপিত: कोंकणी; ৰোমান লিপিত: Konknni; কন্নড় লিপিত: ಕೊಂಕಣಿ; মালয়ালম লিপিত: കൊങ്കണി; IAST: koṃkaṇī) এইটো ইন্দো-আৰ্য্য ভাষা যিটো ভাৰতৰ কোংকণ উপকূলত প্ৰচলিত। কোংকণী আৰু গোৱাঞ্চি কোংকণীত প্ৰায় ৭৬ লাখ মানুহে কথা কয়। কোংকণী ভাৰতৰ অঙ্গৰাজ্য গোৱাৰ চৰকাৰী ভাষা আৰু সমগ্ৰ ভাৰতৰ এটা চৰকাৰী ভাষা। কোংকণী ভাষাৰ কোনো নিৰ্দিষ্ট লিপি নাই। সেয়ে কোংকণী ভাষাৰ ক্ষেত্ৰত দেৱনাগৰী লিপিটোকে চৰকাৰী কামকাজত ব্যৱহাৰ কৰা হয়।

ক্ষিপ্ৰ তথ্য কোংকণী, উচ্চাৰণ ...
কোংকণী
कोंकणी, Konknni, ಕೊಂಕಣಿ, കൊങ്കണി
উচ্চাৰণ kõkɵɳi (আদৰ্শ), kõkɳi (জনপ্ৰিয়)
থলুৱা অঞ্চল ভাৰত
অঞ্চল কোংকণ
স্থানীয় ভাষিক
৭৬ লাখ
ভাষা পৰিয়াল
ভাৰত-ইউৰোপীয়
  • ইন্দো-ইৰানীয়
    • ইন্দো-আৰ্য্য
      • দক্ষিণ অঞ্চল
        • কোংকণী
          • কোংকণী
লিখন প্ৰণালী দেৱনাগৰী লিপি (চৰকাৰী)[1], ৰোমান[2], কন্নড়[3], মালয়ালম আৰু আৰবী
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
ভাৰত গোৱা, ভাৰত
ভাষা সংকেত
ISO 639-1 none
ISO 639-2 kok
ISO 639-3 gom
বন্ধ কৰক

লিপি

Thumb
ইয়াত কোংকণী নামটো দেৱনাগৰী, কন্নড়, লেটিন, মালয়ালম আৰু আৰবী - এই পাঁচটা লিপিৰে লিখা হৈছে।

তথ্যসূত্ৰ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.