ককবৰক ভাষা
ত্ৰিপুৰী জাতিৰ মাতৃভাষা / From Wikipedia, the free encyclopedia
ককবৰক ভাষা ( তিপ্ৰকাক বা ত্ৰিপুৰী ভাষা বুলিও জনা যায়) ভাৰতৰ ত্ৰিপুৰা ৰাজ্য আৰু চুবুৰীয়া বাংলাদেশত বসবাস কৰা ত্ৰিপুৰী লোকসকলৰ মাতৃভাষা৷ ককবৰক শব্দটো দুটা অংশ লগ হৈ গঠিত। কক মানে "ভাষা" আৰু বৰকৰ অৰ্থ "মানুহ", বিশেষকৈ ত্ৰিপুৰী জাতিৰ মানুহ; অৰ্থাৎ ককবৰক শব্দৰ অৰ্থ ত্ৰিপুৰী মানুহৰ ভাষা। [2] [3]
ক্ষিপ্ৰ তথ্য ককবৰক, থলুৱা অঞ্চল ...
ককবৰক | |
---|---|
ত্ৰিপুৰী, তিপ্ৰা, তিপ্ৰাচা | |
ককবৰক | |
থলুৱা অঞ্চল | ভাৰত, বাংলাদেশ |
অঞ্চল | ত্ৰিপুৰা, অসম, মিজোৰাম, ম্যানমাৰ, চিটাগাং পাৰ্বত্য অঞ্চল, কুমিল্লা, চাঁদপুৰ, ছিলেট, ৰাজবাড়ী জিলা, ফেনী জিলা, নোৱাখালী জিলা |
জাতীয়তা | ত্ৰিপুৰী |
স্থানীয় ভাষিক |
e18 |
ভাষা পৰিয়াল |
চীন-তিব্বতীয়
|
পূৰ্বসূৰী |
Early Tipra
|
লিখন প্ৰণালী | কলমা (original) Bengali–Assamese script (official) Latin/Roman alphabet (official) |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
ভাৰত |
ভাষা সংকেত | |
ISO 639-3 | Variously: trp – Kokborok ria – Riang tpe – Tripuri usi – Usui xtr – Early Tripuri |
ভাষাতাত্বিক |
xtr Early Tripuri |
গ্লোটোলগ | tipp1238 [1] |
regions where Tripuri is the language of the majority or plurality | |
Kokboro is classified as Vulnerable by the UNESCO Atlas of the World's Languages in Danger |
বন্ধ কৰক