এলিফেন্ট জলপ্ৰপাতমেঘালয়ৰ জলপ্ৰপাত / From Wikipedia, the free encyclopedia এলিফেণ্ট জলপ্ৰপাত (ইংৰাজী: Elephant Falls) ভাৰতৰ মেঘালয়ৰ শ্বিলঙত অৱস্থিত দুই খলপিয়া জলপ্ৰপাত।[1] পাহাৰৰ ধাৰাটো শিলৰ পৃষ্ঠৰ একেৰাহে দুটা জলপ্ৰপাতৰ মাজেৰে নামি গৈছে।[2] এলিফেণ্ট জলপ্ৰপাত, শ্বিলং, মেঘালয়, ভাৰত
এলিফেণ্ট জলপ্ৰপাত (ইংৰাজী: Elephant Falls) ভাৰতৰ মেঘালয়ৰ শ্বিলঙত অৱস্থিত দুই খলপিয়া জলপ্ৰপাত।[1] পাহাৰৰ ধাৰাটো শিলৰ পৃষ্ঠৰ একেৰাহে দুটা জলপ্ৰপাতৰ মাজেৰে নামি গৈছে।[2] এলিফেণ্ট জলপ্ৰপাত, শ্বিলং, মেঘালয়, ভাৰত