From Wikipedia, the free encyclopedia
এলডোজ পল (ইংৰাজী: Eldhose Paul; জন্ম: ৭ নৱেম্বৰ ১৯৯৬) এগৰাকী ভাৰতীয় খেলুৱৈ। তেওঁ এথলেটিকছ বিভাগৰ ট্ৰিপল জাম্পত প্ৰতিদ্বন্দ্বিতা কৰে। ২০২২ চনত তেওঁ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ট্ৰিপল জাম্পৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়।[3] ২০২২ চনৰ কমনৱেলথ গেমছত তেওঁ পুৰুষৰ ট্ৰিপল জাম্পত সোণৰ পদক লাভ কৰে। ইয়াৰ লগেলগে তেওঁ কমনৱেলথ গেমছৰ এই প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়।[4]
এলডোজ পল | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
আগষ্ট ২০২২ত পল | |||||||||||||
ব্যক্তিগত তথ্যাৱলী | |||||||||||||
জন্ম | ৭ নৱেম্বৰ, ১৯৯৬ (২৭ বছৰ) এৰ্নাকুলাম, কেৰালা, ভাৰত | ||||||||||||
শিক্ষানুষ্ঠান | মাৰ এথানাচিয়াছ কলেজ, কোঠামংগলাম[1] | ||||||||||||
ক্ৰীড়া | |||||||||||||
শিতান | ট্ৰিপল জাম্প | ||||||||||||
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ | |||||||||||||
ব্যক্তিগত শ্ৰেষ্ঠ | ১৭.০৩ মি[2] | ||||||||||||
পদক অভিলেখ
|
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.